November 14, 2024 2:40 PM | Badminton | PV Sindhu

printer

কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত পৰাস্ত

বেডমিণ্টনত কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত ২১–১৭, ১৬-২১, ১৭-২১ গেমত পৰাস্ত হয়। আন এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত ২২-২০, ১৭-২১, ১৬-২১ গেমত পৰাস্ত হয়।