ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 28, 2024 11:09 AM | Badminton

printer

কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাত লক্ষ্য সেনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেংকিঙত দ্বাদশ স্থানপ্রাপ্ত খেলুৱৈগৰাকীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত প্রতিদ্বন্দ্বী এংগছ এন জি কা লঙক ১০-২১, ২১-১৩, ২১-১৩ গেমত পৰাস্ত কৰে। এয়া হ’ল লঙৰ বিৰুদ্ধে চাৰিখন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ প্ৰথম বিজয়। ছেমিফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি চীনৰ হু ঝে আনৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।