ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহ সঠিক সময়ত সমাপ্ত কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।