ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিৰ জয়লাভ

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিয়ে জয়লাভ কৰিছে। এখন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে অন্য এখন আসন এ আই ইউ ডি এফে দখল কৰিবলৈ সমৰ্থ হৈছে। আনহাতে জিলাখনৰ ১১৯ খন আঞ্চলিক পঞ্চায়তৰ ৮৫ খনত বিজেপি মিত্রজোঁটে জয়লাভ কৰিছে। বিৰোধী দল কংগ্ৰেছে ২৩ খন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।