ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 12:12 PM | Assam Police

printer

কাছাৰ আৰক্ষীৰ শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে কালি নিশা শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা এই বৃহৎ পৰিমাণৰ টেবলেটখিনিত মূল্য ৯ কোটিৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট কঢ়িওৱা ট্রাকসহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।