ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ভাৰতে তৃতীয়খন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল। পাঁচখনীয়া টী-২০ প্রতিযোগিতাত ভাৰতে ইতিমধ্যে ৩-০ৰ অগ্ৰগতিৰে শৃংখলা হস্তগত কৰিছে।
Site Admin | December 27, 2025 8:02 PM | Akashvani | Akashvani News | T-20 Women's Cricket
কাইলৈ তিৰুৱনন্তপুৰমত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল