September 17, 2025 7:35 PM | Akashvani Programme

printer

কাইলৈ আকাশবাণী গুৱাহাটীৰ বিয়লি ৩:০২ বজাত অর্থনৈতিক সংস্কাৰৰ জৰিয়তে প্রশাসনীয় প্রগতি বিষয়ক আলোচনা

সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰি থকা অনুষ্ঠানলানিৰ অংশ হিচাপে কাইলৈ বিয়লি ৩ বাজি ২ মিনিটত অর্থনৈতিক সংস্কাৰৰ জৰিয়তে প্রশাসনীয় প্রগতি বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানত বিশিষ্ট অর্থনীতিবিদ দেৱজিৎ মহন্তৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।