ডাউনলোড
মোবাইল এপ

android apple
signal

কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিৰ অভিযোগ

● কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰ চেখৰে কংগ্ৰেছে তোষামোদৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে ২০১৮ চনত প্ৰাক্তন মুখ্যমন্ত্রী কংগ্ৰেছৰ অ’মেন চান্দীয়ে জামাত এ ইছলামী বিপদজনক ৰাষ্ট্ৰবিৰোধী সংস্থা বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক