ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 16, 2024 7:51 PM | Sumit Nagal

printer

এ টি পি চেলেঞ্জাৰ টেনিছৰ ফাইনেলত ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখি

ইটালীৰ পেৰুজিয়াত চলি থকা এ টি পি চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখী হ’ব। ষষ্ঠ বাছনিৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত চেমি ফাইনেলত স্পেইনৰ বাৰনাবে জাপাতা মিৰালেছক ৭-৬, ১-৬, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে, পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ এন্দ্ৰে বেজেমানৰ যুটীটোৱে শীর্ষ বাছনিৰ যুটী আৰ্জেণ্টিনাৰ গুইদ’ এন্দ্ৰেঅ’জি আৰু মেক্সিকোৰ মিণ্ডৱেল এঞ্চেল ৰেয়েছ ৱাৰেলাৰ হাতত ৪-৬, ৫-৭ ছেটত পৰাস্ত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।