ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব। বি টি চিৰ বিধানসভা ভৱনত বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ’বলগীয়া এই বাজেট অধিবেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব। বাজেট অধিবেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।