এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ ৰিতিকা হুদা

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতো পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ মুখামুখি হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।