August 23, 2024 11:29 AM | VP Visit

printer

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুজৰাটৰ গান্ধীনগৰ আৰু আহমেদাবাদ ভ্ৰমণ কৰিব। দিনজোৰা এই ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতি গৰাকীয়ে গান্ধী নগৰৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ত শিক্ষার্থী তথা শিক্ষক-কর্মচাৰীসকলক সম্বোধন কৰিব। ইয়াৰ পাছত শ্ৰী ধনখড় গুজৰাট বিশ্ববিদ্যালয়ৰ ধৰ্ম ধৰ্ম্মা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ ল’ব। অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী উপেন্দ্র পেটেলো উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।