লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন কৰা হয়। পুৱা সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ জুৰি দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। অৰুণাচল প্ৰদেশৰ সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত অ’লিন মেণ্ড ডামিনে এই অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰে।
Site Admin | June 29, 2025 7:31 PM | axom sahitya sabha
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন