ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2024 6:59 PM | Heavy rain

printer

উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত অহা ৫ দিনলৈকে গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে। পশ্চিমবংগ, ছিকিম আৰু গুজৰাটতো কাইলৈ পৰ্যন্ত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব বুলি বিভাগটোৱে সকিয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।