প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৮ চনত দেশৰ পূব আৰু পশ্চিম প্রান্তত সকলো বতৰ উপযোগী উন্নত ঘাইপথেৰে সংযোগ কৰাৰ বাবে শিলচৰৰ পৰা গুজৰাটৰ সৌৰাষ্টলৈ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু প্রায় ৩ হাজাৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ঘাইপথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। অসমৰ ডিমা হাছাও জিলাৰ হাৰাংগাজাওৰ সমীপত এই নিৰ্মাণ কাৰ্য স্থবিৰ হৈ ৰ’ল। শেহতীয়াকৈ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ এই অংশ নিৰ্মাণ কাৰ্য অহা মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে।
Site Admin | December 1, 2025 6:54 PM | east west dima hasao
ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাচাও জিলাৰ অংশ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা