ডাউনলোড
মোবাইল এপ

android apple
signal

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

■ কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থা আৰু উন্নত নেটৱৰ্কিঙৰ লগতে বিভিন্ন সা-সুবিধা থকা এই এপ্লিকেচনে প্রদর্শনীখনত দৰ্শকক বিশেষ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ নৱম সংস্কৰণ অহা ৮ৰ পৰা ১১ অক্টোবৰলৈ নতুন দিল্লীত য়শোভূমি কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব। এইবাৰৰ এই প্ৰদৰ্শনীৰ বিষয় হ’ল ৰূপান্তৰৰ বাবে উদ্ভাৱন।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।