ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 11:57 AM | israel hamas war

printer

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতিৰ ম্যাদ সামৰণি পৰে

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতিৰ পৰ্যায়ৰ কালি সামৰণি পৰে। প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ইজৰাইলে দিয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি হামাছে কৈছে যে, দ্বিতীয় পৰ্যায়ৰ যুদ্ধ বিৰতিৰ বাবে কোনো ধৰণৰ আলোচনা হোৱা নাই। ইয়াৰ পাছতে যুদ্ধ বিৰতিৰ আলোচনাৰ বাবে ইজিপ্তলৈ যোৱা ইজৰাইলৰ প্ৰতিনিধিবর্গ কাইৰোৰ পৰা উভতি আহিছে। প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি ১৯ জানুৱাৰীত আৰম্ভ হৈছিল আৰু এই চুক্তিৰ অংশ হিচাপে ইজৰাইলে ১৯০০ জন পেলেষ্টাইনী কয়দীক মোকলাই দিছে আৰু ইয়াৰ বিনিময়ত হামাছে ৩৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিছে।