ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 7, 2024 11:53 AM | Euro Cup 2024

printer

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ’ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ইফালে, নিশা অনুষ্ঠিত প্রতিযোগিতাৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছে ২–১ গ’লত তুৰস্কক পৰাস্ত কৰে। ইউৰো কাপৰ আনখন ছেমি ফাইনেল স্পেইন আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।