ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক -আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। আৰ বি আয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰৱাহ প’ৰ্টেলৰ মাধ্যমেৰে ১৫ জুনলৈকে আবেদন পত্র দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ’ব লাগিব বুলি আৰ বি আয়ে স্পষ্ট কৰি দিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লাভ কৰা আবেদনসমূহ চালি-জাৰি চাই এনে সংস্থাৰ স্বীকৃতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।