June 17, 2025 7:44 PM | DNA

printer

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ১৬২ গৰাকী লোকৰ ডি এন এ চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ১৬২ গৰাকী লোকৰ মৃতদেহ ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে বুলি গুজৰাটৰ গৃহ, ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱিয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ফৰেনচিক আৰু আইনী আনুষ্ঠানিকতা ক্ষীপ্ৰতাৰে সম্পন্ন কৰিছে। শোকাবহ বিমান দুর্ঘটনাটোৰ পাছত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে নতুন কোডসহ কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা সতর্কতামূলক কাৰক আৰু বিমান উৰণ পথত অসুবিধাৰ বাবে আজি বাতিল কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।