ডাউনলোড
মোবাইল এপ

android apple
signal

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ’বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ’বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। জর্জিয়াৰ ৰাইডেলত চলি থকা যোগ্যতা নির্নয়কাৰী খেলসমূহত অধিনায়ক অর্জুন মাহেশৰ নেতৃত্বত শক্তিশালী প্ৰদৰ্শনেৰে আমেৰিকাই কানাডা, বার্মুডা, আৰু আর্জেন্টিনাক পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা লাভ কৰিছে। জিম্বাবৱে আৰু নামিবিয়াই যুটীয়াভাৱে আয়োজন কৰিব লগা বিশ্বকাপৰ আন ১৫ টা দ’ল হৈছে যোৱাবাৰৰ বিজয়ী অষ্ট্ৰেলিয়া, আয়োজক জিম্বাবৱে, ভাৰত, ইংলেণ্ড, পাকিস্তান, দক্ষিণ আফ্রিকা, শ্রী লংকা, নিউজিলেণ্ড, বাংলাদেশ, তাঞ্জানিয়া, জাপান আৰু স্কটলেণ্ড।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।