ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কিৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয়, যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰিহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাছিয়াই ইউক্রেইনৰ ওপৰত ক্ৰমাগতভাৱে আক্ৰমণ চলোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে। ৰাছিয়াৰ শেহতীয়া আক্ৰমণত ইউক্রেইনত শিশু-মহিলাসহ বহু লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।