December 1, 2024 12:45 PM | S Jaishankar

printer

আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ বৈদেশিক মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেন্দ্রীয় বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যৰ এটা পোষ্টত ড০ জয়শংকৰে কয়, যে ছিকাগোত থকা পৰিয়ালটোক সহায় কৰাৰ লগতে দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।