ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সভাত ভাষণ দিব। এই ত্ৰি-বাৰ্ষিক সন্মিলনৰ চলিত মাহৰ ৭ তাৰিখে সামৰণি পৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে – বহনক্ষম খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।