ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 8, 2024 12:03 PM | RedCross day

printer

আজি বিশ্ব ৰেডক্ৰছ দিৱস

আজি বিশ্ব ৰেডক্ৰছ দিৱস। মানৱ সমাজৰ দুখ-কষ্ট, আতৰ্জনৰ চিকিৎসা সেৱাৰ বাবে আৰম্ভ কৰা ৰেডক্ৰছ নামৰ এই মহান সংস্থাটো ১৯০১ চনত প্ৰথম শান্তিৰ ন’বেল বঁটা বিজয়ী ছুইজাৰলেণ্ডৰ নাগৰিক জিন হেনৰী ডুনান্তৰ জন্মদিন উপলক্ষে বিশ্বজুৰি পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।