আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক আলোচনা প্ৰচাৰ

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমাৰ সেৱা পৰ্বৰ বিশেষ প্রতিবেদনলানিত আজি আগবঢ়াইছো পৰিৱেশ সংস্কৰণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বৰ নেতৃত্বলৈ লৈ যোৱাত মোদী চৰকাৰৰ প্ৰয়াসৰ বিষয়ে সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আলোচনালানিৰ অংশ হিচাপে আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ’ব। ইয়াত ভাগ ল’ব জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।