আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ হোৱা মাজুলী জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ মীন বিষয়া ভদ্ৰেশ্বৰ মিলিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰটো নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব। সাক্ষাৎ গ্ৰহণ কৰিছিল আমাৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই।
Site Admin | December 26, 2025 8:32 PM | Akashvani | Akashvani Guwahati | Akashvani News
আজি নিশা ৯ বাজি ১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠানত পুনৰ প্ৰচাৰ কৰা হ’ব