আকাশবাণী হায়দৰাবাদ কেন্দ্ৰৰ হীৰক জয়ন্তী উদযাপন

আকাশবাণী হায়দৰাবাদ কেন্দ্ৰই আজি হীৰক জয়ন্তী উদযাপন কৰিছে। আকাশবাণী আৰু বাতৰি সেৱা বিভাগৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে আকাশবাণী হায়দৰাবাদ চৌহদত হীৰক জয়ন্তী স্তম্ভ ভার্চুৱেলী উন্মোচন কৰিব। ১৯৫০ চনত আজিৰ দিনটোতে হায়দৰাবাদ ৰাজ্যৰ নিজামৰ ডেক্কান ৰেডিঅ’ ভাৰত চৰকাৰৰ অধীনলৈ আহিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।