ডাউনলোড
মোবাইল এপ

android apple
signal

April 15, 2025 6:46 PM | Sanbad salantika

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদ চলন্তিকাত আজি ডিমাছা, মৰাণ, মিছিং আৰু তিৱাসকলৰ বিহু পালন

অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে অনাদিকালৰে পৰা বিহু পালন কৰি আহিছে। বাপতিসাহোন বিহুটি ডিমাছা, মৰাণ, মিছিং আৰু তিৱা সকলেনো কেনেকৈ পালন কৰে এই বিষয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটী সংবাদ চলন্তিকাত শুনিবলৈ পাব। আমাৰ ডিমা হাচাও, তিনিচুকীয়া, ধেমাজি আৰু মৰিগাঁও জিলাৰ সংবাদ দাতাসকলৰ প্ৰতিবেদনৰ আধাৰত এই বিশেষ সংবাদ চলন্তিকা যুগুতাইছে ৰাজীৱ লোচন বৰঠাকুৰে।

অধিক পঢ়ক

সকলো চাওক