ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 26, 2024 11:44 AM | ICC Cricket

printer

আই চি চি টী-২০ বিশ্বকাপ ক্রিকেটত কাইলৈ আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ছেমি ফাইনেল

আফগানিস্তান কাইলৈ পুৱা ত্রিনিদাদৰ ব্ৰায়নলাৰা ষ্টেডিয়ামত হ’বলগীয়া আই চি চি টী-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ’ব। আনহাতে, ভাৰত কাইলৈ নিশা গায়ানাত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।