ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্রী

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজকি মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।