অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অহা ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। বিশদ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ASSAM AGRYCULTURAL UNIVERSITY @WWW.AAU.AC.IN ৱেব ছাইট চাব পাৰে ।
Site Admin | June 23, 2024 12:40 PM | AAU
অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা
