অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী Indian Immunologicals Limited চমুকৈ IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰি থকা বুলি উত্থাপন কৰা অভিযোগ কোম্পানীটোৱে প্ৰত্যাখ্যান কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰযুক্তি পৰামৰ্শদাতা গোটে ২০২৩ চনৰ নৱেম্বৰৰ পৰা কোম্পানীটোৱে নকল প্ৰতিষেধক বিক্ৰী কৰি আহিছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিষেধক নিৰ্মাণ কোম্পেনীটোৱে এখন বিবৃতিযোগে বিষয়টোৰ সত্যতা নুই কৰিছে। IIL-এ স্পষ্ট কৰি দিয়ে যে দেশত নির্মিত প্রতিপালি প্রতিষেধক কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছতহে বজাৰত মুকলি কৰি দিয়া হয়।
Site Admin | December 27, 2025 8:26 PM | Akashvani | Akashvani News | medicine
অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰা অভিযোগক কোম্পানীটোৰ প্ৰত্যাখ্যান