ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীৰ যাত্রা সম্পন্ন

জম্মু-কাশ্মীৰত যোৱা ৩ জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীয়ে যাত্রা সম্পন্ন কৰিছে৷ শ্ৰীনগৰৰ দশনামী আখাৰাৰ শ্ৰী অমৰেশ্বৰ মন্দিৰত কালি ‘ছাৰি স্থাপন’ অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ, একেটা মন্দিৰতে ‘নাগ পঞ্চমী’ উপলক্ষে ‘ছাৰী পূজন’ কৰা হব। ৪ আগষ্টৰ পৰা পবিত্র গুহা মন্দিৰ অভিমুখে ছাৰী মুবাৰকৰ অন্তিম যাত্ৰা আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।