অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা এই অভিযানৰ সময়ত ৫০৪ জন লোকক আটক কৰা হয় আৰু অসৎ চৰিত্ৰৰ ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানকালত ১২হাজাৰ লিটাৰৰো অবৈধ সুৰা, ২৩১খন মটৰ চাইকেল- স্কুটী আৰু এখন গাড়ী উদ্ধাৰ কৰা হয়।
Site Admin | December 27, 2025 7:32 PM | Akashvani | Akashvani News | Delhi
অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে