দক্ষিণ পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নছাপ কাইলৈৰ ভিতৰত ঘূর্ণি বতাহলৈ ৰূপান্তৰিত হ’ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকিয়াই দিছে। ঘূর্ণি বতাহজাক উত্তৰ-পশ্চিম দিশে গতি কৰাৰ আৰু মঙলবাৰৰ ভিতৰত প্ৰৱল ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীয়ে মন্থা নামৰ এই ঘূর্ণি বতাহজাকৰ সম্ভাৱনালৈ চাই সতর্কতামূলক ব্যবস্থা গ্রহণ কৰিছে।
Site Admin | October 26, 2025 8:57 PM | Cyclone-mantha
অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীত মন্থা ঘূর্ণি বতাহজাকৰ বাবে সতর্কতামূলক ব্যবস্থা গ্রহণ