ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 20, 2024 8:28 PM | AASU

printer

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন জিলাৰ সদৰত প্রতিবাদী শোভাযাত্রা উলিয়ায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল’বলৈ চৰকাৰ ওচৰত দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।