May 9, 2024 12:28 PM | NARCOTICS

printer

অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত বকোৰ পৰা ৩০ পেকেট হেৰ’ইন জব্দ

অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত বিশেষ কার্যবাহিনীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি আজি পুৱা বকোৰ পৰা ৩০ পেকেট হেৰ’ইন জব্দ কৰে। জব্দ কৰা নিচাযুক্ত দ্রব্যখিনিৰ ওজন ৪২০ গ্রাম হ’ব বুলি অনুমান কৰা হৈছে। নিচাযুক্ত দ্রব্য কঢ়িয়াই অনা বাহনদুখন পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে বকো আৰক্ষী চকীত চমজাই দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।