আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ’ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও ৩৩ খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কৰ্মশালা অনুষ্ঠিত হ’ব। এই কর্মশালাত ৪ শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব।
Site Admin | October 8, 2025 6:20 PM | Akashvani | Akashvani Guwahati | Akashvani News | IIT | IIT Guwahati
১০ অক্টোবৰৰ পৰা আই আই টি গুৱাহাটীত ৩ দিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন
