ডাউনলোড
মোবাইল এপ

android apple
signal

June 4, 2025 8:32 PM

printer

মিৰাজ কৰ্ডলাইন প্ৰকল্পত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

ৰে’ল মন্ত্ৰালয়ে মহাৰাষ্ট্ৰত চেণ্ট্ৰেল ৰে’লৱেৰ অধীনত প্রায় ১২৯ কোটি টকা ব্যয় সাপেক্ষ মিৰাজ কৰ্ডলাইন প্ৰকল্পত অনুমোদন জনাইছে। ১ দশমিক ৭ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ললাইনে ৰেল পৰিচালনা পদ্ধতি উন্নত কৰাৰ লগতে মিৰাজ জংছনৰ ভিৰ নিয়ন্ত্ৰণ কৰিব। মিৰাজ জংছন হৈছে – মিৰাজ -পুণে, মিৰাজ-কোলহাপুৰ আৰু মিৰাজ -লণ্ডাকে ধৰি মুখ্য ৰে’লপথসমূহ সংযোগ কৰাৰ মূল কেন্দ্ৰ। এই প্ৰকল্পৰ দ্বাৰা পশ্চিম মহাৰাষ্ট্ৰ ৰে’লৱেৰ মালবাহী আৰু যাত্ৰীবাহী ৰেলসেৱাৰ উন্নতি সাধন হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক