ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 12:06 PM | Tennis

printer

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীৰ ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ যুকি ভান্ত্ৰি আৰু অষ্ট্ৰেলিয়াৰ এলেক্সি প’পিৰিনৰ যুটীটোৱে ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীটোৱে যোৱা নিশা ফাইনেলত ফিনলেণ্ডৰ হেৰি হেলিয়োভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ যুটীটোক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে মুকি ভান্ত্ৰিৰ এ টি পি ডাবলছ প্রতিযোগিতাৰ চতুৰ্থ খিতাপ। ইয়াৰ পূৰ্বে য়ুকি আৰু এলেক্সিৰ যুটীটোৱে ছেমিফাইনেলত ব্ৰিটেইনৰ জেমি ম’ৰে আৰু অষ্ট্ৰেলিয়াৰ জ’ন পিয়াৰ্ছোৰ যুটীটোক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।