চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সন্ধিয়া ৬ বজাত সংসদ ভৱন চৌহদত এই বৈঠক অনুষ্ঠিত হ’ব।
Site Admin | April 24, 2025 12:13 PM | Govt convenes all-party meeting in New Delhi over Pahalgam terror attack
নতুন দিল্লীত আজি সন্ধিয়া সর্বদলীয় বৈঠক
