ডাউনলোড
মোবাইল এপ

android apple
signal

April 14, 2025 2:44 PM | FIJI Earthquake

printer

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত আজি পুৱা ৬.৩ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ তলত আছিল। ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাতৰি এই পৰ্যন্ত অহা নাই। ভূমিকম্পৰ পাচত ছুনামিৰ সতর্কতাও জাৰি কৰা হোৱা নাই৷

অধিক পঢ়ক

সকলো চাওক