ডাউনলোড
মোবাইল এপ

android apple
signal

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাওলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন কেন্দ্রীয় সমিতিখন নিৰ্বাচন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক