ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। বিন্ধাকটা গেৰেকী নেপালী গাঁৱৰ শংকৰ মুৰা নামৰ যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে অভিযান চলাই আছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।