ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 29, 2024 11:33 AM | Champai Soren

printer

ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই চোৰেণৰ সকলো পদ ত্যাগ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই চোৰেণে হেমন্ত চোৰেন মন্ত্ৰীসভাৰ পৰা আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ সকলো পদ ত্যাগ কৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি শিবু চোৰেণলৈ লিখা এখন পত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কর্মশৈলী আৰু নীতিয়ে তেওঁৰ দল ত্যাগ কৰিবলৈ বাধ্য কৰাইছে।