জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে।
Site Admin | May 4, 2025 11:25 AM | omar abdullah | Pahalgam attack | PM Modi
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ
