ডাউনলোড
মোবাইল এপ

android apple
signal

September 21, 2025 8:10 PM

printer

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতীয় যুটীৰ পৰাজয়

চীনৰ ছেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটী পৰাস্ত হয়। শীর্ষ বাছনিৰ বিশ্ব চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম ৱন হো আৰু চিউ চিউং জেৰ হাতত ভাৰতীয় যুটীটো ২১-১৯, ২১-১৫ ফলাফলত পৰাস্ত হয়। ছেমি ফাইনেলত অষ্টম বাছনিৰ ভাৰতীয় যুটীটোৱে দুবাৰৰ অলিম্পিক পদক বিজয়ী মালয়েছিয়াৰ আৰন ছিয়া আৰু ছ’ ৱুই য়িক কালি ২১-১৭, ২১-১৪ ফলাফলত পৰাস্ত কৰিছিল।
দুটা সপ্তাহৰ ভিতৰত ভাৰতৰ খেলুৱৈৰ ফাইনেলত এয়া দ্বিতীয়টো পৰাজয়। ইয়াৰ পূৰ্বে যোৱা সপ্তাহত হংকং অপেনৰ ফাইনেলত ভাৰতীয় খেলুৱৈয়ে পৰাজয় বৰণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।