ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 24, 2024 6:05 PM | Mann Ki Baat

printer

গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান বুলি  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান। তেওঁ প্ৰকাশ কৰে যে, এনেকুৱা এটা পুথিভঁৰাল শিশুসকলৰ বাবে চেন্নাইত আৰম্ভ কৰা হৈছে। যিটো এতিয়া শিক্ষা আৰু সৃষ্টিশীলতাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু যাক প্ৰকৃত অ’ৰিভাগম বুলি জনা যায়।