ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগা, সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিক সাক্ষাৎ কৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক তেওঁৰ সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে। ড° জয়শংকৰে সামাজিক মাধ্যমযোগে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতক সমর্থন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু জাপানৰ মাজৰ স্বাভাৱিক সম্পৰ্ক গঢ়ি তোলাত শ্ৰীনুকাগাৰ নেতৃত্বৰ শলাগ লয়। দুযোগৰাকী নেতাই প্ৰতিভাৰ বিনিময় বৃদ্ধি, ব্যৱসায়িক সংযোগ বৃদ্ধি আৰু প্ৰযুক্তি অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ সন্মত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।